নতুন SOP ঘোষণাৰ পিছতে বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা

ৰাজ্যত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। শনিবাৰে ৰাজ্যত ১২৫৪জন লোক ক’ভিডত আক্ৰান্ত। পজিটিভিটিৰ হাৰ ৩.৭৩ শতাংশ। দিনটোত সম্পন্ন হৈছিল মুঠ ৩৩,৬০৯টা ক’ভিড টেষ্ট। কামৰূপ মহানগৰীত বিগত ২৪ ঘণ্টাত আক্ৰান্ত ৪৭২জন।

আৰোগ্যৰ হাৰ ৯৮.০৭ শতাংশ। দিনটোত ২জন ক’ভিড ৰোগীৰ মৃত্যু। নতুন SOP ঘোষণাৰ পিছতে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। নতুন SOP-এ সেমেকাইছে ভোগালীৰ বজাৰ। ক্ষতিগ্ৰস্ত হৈছে ক্ষুদ্ৰ ব্যৱসায়ী, শিল্পী, কলা-কুশলী। এই SOP-এ জীৱন ৰক্ষা কৰিলে জীৱিকা থানবান কৰি পেলাইছে ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সম্পৰ্কবোৰত ঘুণে ধৰিছে নেকি!

পত্নী নিৰুদ্দেশ হোৱা বুলি ফেচবুকত পোষ্ট নেতা নৰেন তাঁতীৰ।...

ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ...

শিশুৰ মাজত দায়িত্ববোধৰ অভাৱ? সমাধানৰ উপায় দিলে ছানী লিয়নে

অভিনয়ত সময় দিয়াৰ লগতে অভিনেত্ৰী ছানী লিয়নে তেওঁৰ পৰিয়ালৰ...

ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত ইজৰাইলৰ সন্মতি, ইৰাণৰ অৱস্থান এতিয়াও অস্পষ্ট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত যুদ্ধবিৰতিত ইজৰাইলে সন্মতি জনাইছে।...