ৰাজ্যৰ বিভিন্ন নিগম-নিকায়ত অধ্যক্ষ, উপাধ্যক্ষ নিযুক্তি

• য়ুথ কমিছন অসমৰ অধ্যক্ষ তৰংগ গগৈ
• য়ুথ কমিছন অসমৰ উপাধ্যক্ষ অনুপ বৰ্মন, অৰুণজ্যোতি মৰাণ
• য়ুথ কমিছন অসমৰ সদস্য ৰাতুল শৰ্মা, ঋষিৰাজ হাজৰিকা
• য়ুথ কমিছন অসমৰ সদস্য ভাস্কৰ পাফুকণ গগৈ, ড০ অংকিতা দত্ত
• য়ুথ কমিছন অসমৰ সদস্য মিতানাথ বৰা
• চাহ উন্নয়ন নিগমৰ অধ্যক্ষ অশোক শৰ্মা
• সংখ্যালঘু উন্নয়ন বিত্ত নিগমৰ অধ্যক্ষ জাভেদ ইছলাম
• অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদীপ কলিতা
• পৰ্যটন নিগমৰ উপাধ্যক্ষ হিচাপে দিলীপ দাসক নিযুক্তি
• পেট্ৰ’কেমিকেল লিমিটেডৰ উপাধ্যক্ষক হেমন্ত গগৈ
• মুকুতা ডেকাক GMDAৰ উপাধ্যক্ষ নিযুক্তি
• ৰাজ্যিক হাউছিং ব’ৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত
• পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱ লহকৰ
• নৱাৰুণ মেধিক ফিছাৰী উন্নয়ন নিগমৰ উপাধ্যক্ষ নিযুক্ত
• ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ উপাধ্যক্ষ যতীৰিন্দ্ৰ বৰ্মন
• পিছপৰা জাতিৰ উন্নয়ন নিগমৰ উপাধ্যক্ষ বিশ্বজিৎ ৰায়
• নগৰ পানী যোগানৰ উপাধ্যক্ষ কৃষ্ণমণি চুতীয়া
• গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ
• ফিছফেডৰ উপাধ্যক্ষ দীলু শৰ্মা
• ভাষিক সংখ্যালঘু পৰিষদৰ উপাধ্যক্ষ সুকুমাৰ বিশ্বাস
• কৃষি বিপনণ পৰিষদৰ উপাধ্যক্ষ জয়ন্ত ডেকা
• চৰকাৰী বিপণন নিগমৰ উপাধ্যক্ষ বিতুপন ৰাইদিঙীয়া
• জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উপাধ্যক্ষ অশোক বৰঠাকুৰ
• এমট্ৰনৰ উপাধ্যক্ষ ৰিতুবৰণ শৰ্মা
• চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ উপাধ্যক্ষ ড০ আলেখ্য বৰুৱা
• সংখ্যালঘু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ ৰাজবীৰ সিং
• সংখ্যালঘু উন্নয়ন বিত্ত নিগমৰ উপাধ্যক্ষ খলিলুৰ ৰহমান
• পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ নিগমৰ উপাধ্যক্ষ অৰুণ তেৰাং
• ডি এন পি নিগমৰ উপাধ্যক্ষ অশ্বিনী পাইট
• পশুধন উন্নয়ন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকটকী
• চাহ নিগমৰ উপাধ্যক্ষ শিৱ ভদ্ৰ
• ট্ৰেড প্ৰম’শ্যন অৰ্গেনাইজেশ্যনৰ উপাধ্যক্ষ মধু ডেকা
• হাইড্ৰ’কাৰ্বন এনাৰ্জী কোম্পানীৰ উপাধ্যক্ষ শিৱাজী ডুবে
• চাহ উন্নয়ন নিগমৰ উপাধ্যক্ষ প্ৰফুল্ল বৰা
• প্ৰণাম কমিছনৰ সদস্য ড০ বিদ্যাৱতী দাস
• খাদী আৰু গ্ৰামোদ্যোগৰ উপাধ্যক্ষ হৰেণ দেউৰী
• বীজ নিগমৰ উপাধ্যক্ষৰ উপাধ্যক্ষ পৱন বেদিয়া
• এপিডিচিএলৰ দুজন সঞ্চালক যতীন বৰা, ড০ প্ৰকাশ কাশ্যপ
• এপিজিচিএলৰ সঞ্চালক দেৱজিত মহন্ত, ধ্ৰুৱ প্ৰসাদ বৈশ্য
• এইজিচিএলৰ সঞ্চালক নৱ বৈশ্য, তৰুণ বৰুৱা মৰাণ
• ব’ৰ্ড অব স্প’ৰ্ট্ছৰ উপাধ্যক্ষ মৃগাংগ বৰ্মন

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...