মুখ্য বাতৰি

মৰুভূমি হৈ পৰিব নেকি মহাবাহু ব্ৰহ্মপুত্ৰ? অস্বাভাৱিকভাবে শুকাইছে বৰলুইত

উদ্বেগজনকভাবে হ্রাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ঢকুৱাখনাত তৰাং হৈ পৰিছে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ বুকু। সৃষ্টি হৈছে মৰুভূমি সদৃশ পৰিৱেশৰ। ঢকুৱাখনাৰ বিভিন্ন অঞ্চলত নৈখন প্রত্যক্ষ কৰিলে...

পিঠিৰ বিষৰ পৰা কেনেকৈ উপশম পাব?

অতিমাৰীৰ হেতুকে সকলোৱে বৰ্তমান ডিজিটেল মাধ্যমৰ ওপৰত নিৰ্ভৰশীল। পঢ়াশুনাৰ পৰা বজাৰ সমাৰলৈকে সকলো ক্ষেত্ৰতে আপুনি ব্যৱহাৰ কৰিবলগা হয় মোবাইল অথবা কম্পিউটাৰৰ পৰ্দা। ফলত কমি...

অৰুণাচলী কিশোৰক অপহৰণ চীনা সেনাৰ!

ভাৰতীয় ভূ-খণ্ডৰ ভিতৰত বাৰে বাৰে প্ৰৱেশ চীনৰভাৰতৰ ভূ-খণ্ডৰ ভিতৰৰ পৰা ভাৰতীয় যুৱকক অপহৰণঅৰুণাচলী কিশোৰক অপহৰণ চীনা সেনাৰমিৰাম টেৰন নামৰ ১৭ বছৰীয়া কিশোৰজনক অপহৰণঅৰুণাচলৰ আপাৰ...

ক’ভিডৰ তৃতীয় ঢৌ; বুধবাৰৰ দিনটোত ৰাজ্যত ৮,৩৩৯জন আক্ৰান্ত!

গুৰুত্বৰ অৱস্থাত আছে অসমত ক'ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ। মঙলবাৰৰ দিনটোতকৈ বৃদ্ধি ক'ভিডৰ সংক্ৰমণ। বুধবাৰৰ দিনটোত ৰাজ্যত ৮ হাজাৰ ৩৩৯ জন আক্ৰান্ত। কামৰূপ মে'ট্ৰত ক'ভিডৰ...

২০২৩ত আৰু টেনিছ কোৰ্টত দেখা নাপাব ছানিয়া মিৰ্জাক!

এইবাৰ লৈ আহিছোঁ টেনিছ জগতৰ খবৰ। ভাৰতৰ আটাইতকৈ স ফল মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই নিজৰ অৱসৰ সম্পৰ্কত কিছু গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে। চলিত...

Popular