গুৱাহাটীৰ ফাঁচীবজাৰত চাঞ্চল্যকৰ ঘটনা

গুৱাহাটীৰ ফাঁচীবজাৰত চাঞ্চল্যকৰ ঘটনা। এজন ডেলিভাৰী বয়ক প্ৰহাৰ আৰক্ষী বিষয়াৰ। যুৱকজনক মাৰি পেলোৱাৰ ভাবুকি দিয়ে আৰক্ষী বিষয়াজনে। অভিযুক্ত আৰক্ষী বিষয়াজন পাণবজাৰ থানাৰ ভাৰ্গব বৰবৰুৱা। ফাঁচী বজাৰৰ জেইল ৰোডত এই ঘটনা। ট্ৰেফিক চিগনেল নমনাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে। যুৱকজনক প্ৰহাৰৰ দৃশ্য আৱদ্ধ পথচাৰীৰ কেমেৰাত। ফাঁচী বজাৰৰ ঘটনাৰ পাছতেই Xত ডিজিপিৰ পোষ্ট। অভিযুক্ত পাণবজাৰ থানাৰ OC ভাৰ্গৱ বৰবৰাক নিলম্বন। এনে ঘটনা কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। গুৱাহাটী আৰক্ষী আয়ুক্তক ঘটনাৰ তদন্তৰ নিৰ্দেশ । কটনৰ ছাত্ৰ আছিল আৰক্ষীয়ে প্ৰহাৰ কৰা যুৱকজন। অৰ্থনীতি বিভাগৰ ছাত্ৰ আছিল প্ৰহৃত যুৱকজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NHM-এ বাতিল কৰিলে CHOৰ বিজ্ঞাপন আৰু সাক্ষাৎকাৰ

কমিউনিটি হেল্থ অফিচাৰৰ বাবে ৮২২টা পদৰ দিছিল বিজ্ঞাপন। ২০২৫ৰ...

ভাৰতত নিষিদ্ধ ঘোষণা ‘শ্বেহজাদ ভাট্টি নেটৱৰ্ক’

দেশত নিষিদ্ধ ঘোষণা কৰা হ’ল পাকিস্তানস্থিত ‘শ্বেহজাদ ভাট্টি নেটৱৰ্ক’...

CJP প্ৰতিবাদ: হিংসাত্মক ঘটনাৰ তদন্ত কমিটী পুনৰ্গঠনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ জন্তৰ-মন্তৰত জুলাই মাহত অনুষ্ঠিত CJP-ৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত...