অৰুণাচলী কিশোৰক অপহৰণ চীনা সেনাৰ!

  • ভাৰতীয় ভূ-খণ্ডৰ ভিতৰত বাৰে বাৰে প্ৰৱেশ চীনৰ
  • ভাৰতৰ ভূ-খণ্ডৰ ভিতৰৰ পৰা ভাৰতীয় যুৱকক অপহৰণ
  • অৰুণাচলী কিশোৰক অপহৰণ চীনা সেনাৰ
  • মিৰাম টেৰন নামৰ ১৭ বছৰীয়া কিশোৰজনক অপহৰণ
  • অৰুণাচলৰ আপাৰ চিয়াং জিলাৰ ছিয়ুংলাৰ পৰা অপহৰণ
  • মঙলবাৰে চীনৰ PLA বাহিনীৰ সৈন্যই অপহৰণ কৰে মিৰামক
  • মিৰামৰ অপহৰণৰ বিষয়ে জনালে সাংসদ টাপিৰ গাউৱে
  • মিৰামৰ লগত থকা এজন বন্ধুৱে PLAৰ হাতৰ পৰা পলাই আহে
  • এই বন্ধুজনেই প্ৰশাসনক জনায় মিৰামৰ অপহৰণৰ বিষয়ে
  • এই অঞ্চলতে চীনে ২০১৮ চনত নিৰ্মাণ কৰিছিল পথ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...