Tag: Assam

Browse our exclusive articles!

দেশজুৰি অমিক্ৰনৰ দ্ৰুত সংক্ৰমণ, বৰ্তমানলৈকে ৫৭৮জন লোক সংক্ৰমিত

দেশজুৰি অমিক্ৰনৰ দ্ৰুত সংক্ৰমণে সৃষ্টি কৰিছে উদ্বেগজনক পৰিস্থিতিৰ। প্ৰতিদিনে আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও ক’ভিড সম্পৰ্কীয় নীতি–নিৰ্দেশনা কঠোৰ কৰি...

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ আজি নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক

৫ ৰাজ্যৰ বিধানসভাক লৈ আজি নিৰ্বাচন আয়োগৰ বৈঠককেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰে বৈঠক নিৰ্বাচন আয়োগৰআলোচনা হ’ব নিৰ্বাচনমুখী ৰাজ্যৰ ক’ভিড পৰিস্থিতিকলৈঅমিক্ৰনৰ সংক্ৰমণক লৈয়ো হ’ব পৰ্যালোচনানিৰ্বাচনী প্ৰচাৰ, ভোটগ্ৰহণৰ...

নাগালেণ্ডৰ পৰা আঁতৰিব পাৰে বিতৰ্কিত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন

নাগালেণ্ডৰ পৰা আঁতৰিব পাৰে বিতৰ্কিত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন। AFSPA প্ৰত্যাহাৰৰ বিষয়টো পৰ্যালোচনাৰ বাবে গঠন হ’ব বিশেষ কমিটী। গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকৰ...

গ্ৰেপ্তাৰ হ’ব পাৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা!

যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। শংকৰজ্যোতি বৰুৱালৈ ডিব্ৰুগড় আৰক্ষীৰ আইনী জাননী। ২৪ ঘণ্টীয়া বন্ধ ঘোষণাক লৈ কঠোৰ ডিব্ৰুগড় আৰক্ষী।...

বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য ভেদ কৰিব অসমৰ বিজ্ঞানীয়ে

শীঘ্ৰে ভেদ হ’ব বিশ্ব ব্ৰহ্মাণ্ডৰ বহু ৰহস্য। মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ উদ্যোগত আজি মুকলি কৰা হ’ব এটা অত্যাধুনিক টেলিস্ক’প। ২০ বছৰজোৰা নাছাৰ বিজ্ঞানীৰ...

Popular

কেতিয়াও নেদেখা ৰূপত দেখা যাব অভিনেতা ভিকী কৌশলক

এইবাৰ ভিন্নৰূপত অভিনেতা ভিকী কৌশল। পৰশুৰামৰ চৰিত্ৰত অভিনয়ৰ বাবে...

মহানগৰীত ই-ৰিক্সা আৰু ই অটোৰিক্সা চালকক বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ

কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত আৰু পৰিবহণৰ বিশেষ...

যৌন নির্যাতনৰ ভুক্তভোগী শিশু সকলৰ সৈতে আৰক্ষী সঞ্চালক প্রধানৰ মত-বিনিময়

যৌন নির্যাতনৰ ভুক্তভোগী শিশু সকলৰ লগত জি. পি. সিং,...

গোলাঘাটত বোমা উদ্ধাৰ

গোলাঘাটত বোমা উদ্ধাৰ। ডিমাপুৰৰ পৰা শিৱসাগৰলৈ নি থকা অৱস্থাত...

Subscribe

spot_imgspot_img