৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ আজি নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক

  • ৫ ৰাজ্যৰ বিধানসভাক লৈ আজি নিৰ্বাচন আয়োগৰ বৈঠক
  • কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰে বৈঠক নিৰ্বাচন আয়োগৰ
  • আলোচনা হ’ব নিৰ্বাচনমুখী ৰাজ্যৰ ক’ভিড পৰিস্থিতিকলৈ
  • অমিক্ৰনৰ সংক্ৰমণক লৈয়ো হ’ব পৰ্যালোচনা
  • নিৰ্বাচনী প্ৰচাৰ, ভোটগ্ৰহণৰ সময়ত ক’ভিড প্ৰ’টকল সম্পৰ্কত বিচাৰিব পৰামৰ্শ
  • বিধানসভা নিৰ্বাচন হ’ব উত্তৰ প্ৰদেশ, মণিপুৰ, উত্তৰাখণ্ড, গোৱা, পাঞ্জাৱত
  • জানুৱাৰীৰ প্ৰথম সপ্তাহত নিৰ্বাচনী অধিসূচনা জাৰিৰ সম্ভাৱনা
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...

দুসপ্তাহৰ জাননী দি ৭২ ঘণ্টাৰ ভিতৰত ইৰাণক আক্ৰমণ! ট্ৰাম্পে কেতিয়া আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল?

ইৰাণৰ বিৰুদ্ধে আমেৰিকাই প্ৰত্যক্ষভাৱে অস্ত্ৰ ল’ব নে নাই, সেই...

ৰাছিয়াই ইৰাণক কিয় প্ৰত্যক্ষভাৱে সহায় কৰা নাই?

পশ্চিম এছিয়াত উত্তেজনা ক্ৰমাৎ বাঢ়িছে। এই পৰিপ্ৰেক্ষিতত শনিবাৰে গভীৰ...

ইৰাণত প্ৰৱেশ কৰি কেনেকৈ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল আমেৰিকাই?

ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাৰ গোপন আক্ৰমণ শনিবাৰে গভীৰ নিশা আমেৰিকাই...