মুখ্য বাতৰি

ক’ভিডৰ কালহাতোৰা, দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ জৰুৰী বৈঠক

দেশত ক’ভিডৰ দ্ৰুত সংক্ৰমণ। যোৱা ২৪ ঘণ্টাত ভাৰতত আক্ৰান্ত হৈছে ২ লাখ ৪৭ হাজাৰ ৪১৭গৰাকী লোক। ক’ভিডৰ দ্ৰুত সংক্ৰমণক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোদী। আবেলি...

গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা, জালত ৩ সৰবৰাহকাৰী

গুৱাহাটীত নাৰ্কটিকছ কন্ট্ৰল ব্যুৰ'ৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা NCBৰ নিজাববীয়া খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে ৩,৮৩৬.৫ কেজি গাঞ্জা। ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ যোৰাবাটৰ পৰা জব্দ...

বিমান বন্দৰত ভোগালীৰ ৰং, চেলফি লোৱাত ব্যস্ত বিমানযাত্ৰী

ভোগালী বিহু উপলক্ষে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ চৌহদৰ ভিতৰত আগমন আৰু প্ৰস্থান কক্ষত আটকধুনীয়াকৈ সাজি উলিওৱা হৈছে দুটা মেজিঘৰ। চাৰিওফালে ভোগালীৰ পৰিবেশ অনুসৰি...

উৰুকাৰ বজাৰত অসমৰ আটাইতকৈ দামী মাছকেইটা

আজি হেঁপাহৰ মাঘ বিহুৰ উৰুকা। ৰাজ্যবাসীৰ মাজত এতিয়া উখল-মাখল। ভোগালীৰ ভোগেৰে ভৰি পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰ। এসাজ জুতি লগাই খাবলৈ সাজু হৈছে ৰাজ্যবাসী। কোনোৱে...

আজি উৰুকা! ভোগালী আদৰিবলৈ অসমবাসী সাজু

ভোগালী মানেই হ'ল ভোগ আৰু আনন্দৰ সমাহাৰ! আজি ভোগালী বিহুৰ উৰুকা। এই উৰুকাত এসাঁজ লগে ভাগে খোৱাৰ বাবে বজাৰত ব্যস্ত ৰাজ্যৰ জনসাধৰণ। ৰাজ্যৰ বিভিন্ন...

Popular