গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা, জালত ৩ সৰবৰাহকাৰী

গুৱাহাটীত নাৰ্কটিকছ কন্ট্ৰল ব্যুৰ’ৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

NCBৰ নিজাববীয়া খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে ৩,৮৩৬.৫ কেজি গাঞ্জা।

৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ যোৰাবাটৰ পৰা জব্দ কৰে দুখন ট্ৰাককৈ গাঞ্জাভৰ্তি ট্ৰাক।

ত্ৰিপুৰাৰ পৰা বিহাৰ অভিমুখে গৈছিল দুয়োখন ট্ৰাক।

জব্দ কৰা এখন ট্ৰাক নাগালেণ্ড আৰু আনখন অসমৰ

অভিযানত গ্ৰেপ্তাৰ ৩ ড্ৰাগছ সৰবৰাহকাৰীক

হাফিজুল মণ্ডল, আব্দুল খালেক আৰু আছামুদ্দিন বণিয়া নামৰ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...