ক’ভিডৰ কালহাতোৰা, দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ জৰুৰী বৈঠক

দেশত ক’ভিডৰ দ্ৰুত সংক্ৰমণ। যোৱা ২৪ ঘণ্টাত ভাৰতত আক্ৰান্ত হৈছে ২ লাখ ৪৭ হাজাৰ ৪১৭গৰাকী লোক। ক’ভিডৰ দ্ৰুত সংক্ৰমণক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোদী। আবেলি ৪.৩০ বজাত ক’ভিডক লৈ বৈঠকৰ আহ্বান মোদীৰ। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ল’ব বৈঠক। এই বৈঠকত কোৰোণাৰ সমক্ৰমণ প্ৰতিৰোধৰ ৰণনীতিৰ ওপৰত হ’ব পাৰে আলোচনা। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দেওবাৰে দেশত কোভিড মহামাৰীৰ স্থিতি, স্বাস্থ্য সম্পৰ্কীয় আন্তঃগাঁথনি সমীক্ষাৰ বাবে উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...