মুখ্য বাতৰি

আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙত দর্শনার্থীৰ ভিৰ

আজি পহিলা মাঘ। পহিলা মাঘত ভগৱানৰ আশিস বিচাৰি মঠ-মন্দিৰত ভক্তৰ ভিৰ। ৰাজ্যৰ বিভিন্ন মঠ–মন্দিৰত ৰাইজৰ সেৱা। মাঘ বিহু উপলক্ষে হাবুঙত দর্শনার্থীৰ ভিৰ। হাবুং শব্দটো মূলতঃ...

বিষাক্ত সুৰা সেৱন কৰি ৫জন লোকৰ মৃত্যু

হৰিষদ বিষাদ! এফালে দেশজুৰি মকৰ সংক্ৰান্তি পালন কৰা হৈছে। অসমত যিদৰে উলহ মালহেৰে মাঘ বিহু পালন কৰা হৈছে, ঠিক একেদৰে দেশৰ আন আন প্ৰান্ততো...

জালিকাট্টু, ক’ভিডৰ ভয়াৱহতাৰ মাজতে হাজাৰ হাজাৰ লোকৰ সমাগম

ক’ভিডৰ ভয়াৱহতাৰ মাজতে আৰম্ভ হৈছে পৰম্পৰাগত জালিকাট্টু প্ৰতিযোগিতা। আজি দ্বিতীয় দিনা তামিলনাডুৰ মাদুৰাইৰ পালামেডু অঞ্চলত পুৱাৰে পৰা সমৱেত হয় হাজাৰ হাজাৰ লোক। শ শ...

অব্যাহত ক’ভিডৰ সংহাৰ, নতুনকৈ ৩১.৫৪ লাখ লোক আক্ৰান্ত

বিশ্বজুৰি অব্যাহত ক’ভিড মহামাৰীৰ সংহাৰ। বিগত ২৪ ঘণ্টাত বিশ্বজুৰি ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ৩১.৫৪ লাখ লোক। ২৪ ঘণ্টাত বিশ্বত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু ৭,২১১জন...

ৰাজহুৱা স্থানৰ লগতে হোটেল-লজতো ভেকচিন নোলোৱা লোকৰ প্ৰৱেশ নিষিদ্ধ

ভেকচিন নোলোৱা লোকৰ বাবে কেতবোৰ কঠোৰ বাধা-নিষেধ জাৰি কৰিছে ৰাজ্য চৰকাৰে। আজিৰে পৰা বলৱৎ হৈছে এই বাধা-নিষেধসমূহ। ভেকচিনৰ দুয়োপালি নোলোৱা লোকৰ বিৰুদ্ধে হাস্পতালৰ বাহিৰে...

Popular