অব্যাহত ক’ভিডৰ সংহাৰ, নতুনকৈ ৩১.৫৪ লাখ লোক আক্ৰান্ত

বিশ্বজুৰি অব্যাহত ক’ভিড মহামাৰীৰ সংহাৰ। বিগত ২৪ ঘণ্টাত বিশ্বজুৰি ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ৩১.৫৪ লাখ লোক। ২৪ ঘণ্টাত বিশ্বত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু ৭,২১১জন ৰোগীৰ। মহামাৰীৰ ব্যাপক সংক্ৰমণৰ বাবে ফ্ৰান্সত বিদ্যালয় বন্ধ কৰাৰ বাবে আন্দোলনত নামিল সহস্ৰাধিক শিক্ষক। ইফালে, বিগত ২৪ ঘণ্টাত বিশ্বত ক’ভিডৰ পৰা সুস্থ হৈ হ’ল ১১.৪৭ লাখ ৰোগী। বৰ্তমানলৈ বিশ্বজুৰি ক’ৰনাত মুঠ আক্ৰান্ত ৩১ কোটি ৮০ লাখ লোক। আনহাতে, এইপৰ্যন্ত ক’ৰনাত বিশ্বত মুঠ মৃত্যু ৫৫.৩৮ লাখ লোকৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...