Tag: NKTV

Browse our exclusive articles!

অগ্নিবীৰসকলৰ বাবে সুখবৰ! ৪ বছৰৰ পৰিৱৰ্তে ৬ বছৰলৈ বৃদ্ধি সেৱাৰ ম্যাদ, কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দেশৰ সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱা অগ্নিবীৰসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে...

গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ঘৰুৱা প্ৰক্ৰিয়াকৰণত ২,৮১৪ কোটি টকাৰ আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

দেশতে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে...

বঙাইগাঁও টাউনৰ অ’ল্ড কলনীত চাঞ্চল্যকৰ ঘটনা

বঙাইগাঁও নগৰৰ পুৰণি কলনীত শনিবাৰে নিশা সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। ৰাতুল মেধি নামৰ এই যুৱকজনক নিশা ঘৰৰ সমীপতে ভয়ংকৰ আক্ৰমণ ৬ জনীয়া এটা...

ৰাজ্যত কোনে বিচাৰিছে সংঘাতৰ পৰিৱেশ?

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী অসমীয়া পাঞ্জা খেলুৱৈক কৰা ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ পিছত প্ৰথমে শিৱসাগৰত হিন্দীভাষীৰ বিৰুদ্ধে আন্দোলন। ২১ টা জাতীয় সংগঠন আৰু মন্ত্ৰী ৰনোজ পেগুৰ...

৭ ঘণ্টীয়া ইউক্ৰেইন ভ্ৰমণ সামৰি স্বদেশলৈ উভতিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৩ দিনীয়া কাৰ্যসূচীৰে বৰাকত মুখ্যমন্ত্ৰী

‘ভাৰত নিৰপেক্ষ নহয়’‘শান্তি যি দিশে, আমিও সেই দিশে’যুদ্ধবিধ্বস্ত ইফক্ৰেইনৰ মাটিত থিয় হৈ বিশ্ববাসীক শান্তিৰ বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ ৭ ঘণ্টীয়া ইউক্ৰেইন ভ্ৰমণ সামৰি স্বদেশলৈ উভতিল প্ৰধানমন্ত্ৰী...

ৰাজ্যজুৰি ভয়ানক পৰিৱেশৰ সৃষ্টি হৈছে

নোহোৱা হৈছে মানুহ-জানোৱাৰৰ পাৰ্থক্যলজ্জিত সভ্য সমাজ, চৌদিশে প্ৰতিবাদ-প্ৰতিক্ৰিয়াইটোৰ পাছত সিটো ধৰ্ষণৰ ঘটনা ৰাজ্যত ধিঙৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো অসমবাসীক লজ্জানত কৰা...

আজি মহাপুৰুষ মাধৱদেৱৰ পবিত্ৰ তিৰোভাৱ তিথি

আজি মহাপুৰুষ মাধৱদেৱৰ পবিত্ৰ তিৰোভাৱ তিথি। হৰি নাম, কীৰ্তনেৰে মুখৰিত হৈ পৰিল দশোদিশ। বিভিন্ন প্ৰান্তত চলিল বিবিধ আয়োজন। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱ...

Popular

গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ঘৰুৱা প্ৰক্ৰিয়াকৰণত ২,৮১৪ কোটি টকাৰ আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

দেশতে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে...

আলফা (স্বাধীন)লৈ পুনৰ অসমৰ যুৱক, তিনিচুকীয়াৰ পৰা সন্ধানহীন ৯ যুৱকক লৈ চাঞ্চল্য অব্যাহত

উজনি অসমত পুনৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ত যুৱকৰ...
spot_imgspot_img