Tag: NKTV

Browse our exclusive articles!

আজিও প্ৰতিবাদত উত্তাল ধিং

ধিঙৰ কিশোৰী ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে আৰু নাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত ধিংসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ। কিশোৰীত জড়িত থকা তফাজ্জুল ইছমাইল নামৰ...

প্ৰধানমন্ত্ৰীৰ মুখত তিনিচুকীয়াৰ এখন গাঁৱৰ নাম

প্ৰধানমন্ত্ৰীৰ মুখত তিনিচুকীয়াৰ এখন গাঁৱৰ নাম। মোদীৰ ‘মন কী বাত’ত বাৰেকুৰীৰ হলৌ বান্দৰৰ প্ৰসংগ। বাৰেকুৰীবাসীক প্ৰশংসাৰে উপচালে প্ৰধানমন্ত্ৰীয়ে। চৰকাৰ–প্ৰশাসনৰ গুৰুত্ব নাথাকিলেও বিৰল প্ৰজাতিৰ এক প্ৰাণীৰ...

বঙাইগাঁও টাউনৰ অ’ল্ড কলনীত চাঞ্চল্যকৰ ঘটনা

বঙাইগাঁও নগৰৰ পুৰণি কলনীত শনিবাৰে নিশা সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। ৰাতুল মেধি নামৰ এই যুৱকজনক নিশা ঘৰৰ সমীপতে ভয়ংকৰ আক্ৰমণ ৬ জনীয়া এটা...

ৰাজ্যত কোনে বিচাৰিছে সংঘাতৰ পৰিৱেশ?

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী অসমীয়া পাঞ্জা খেলুৱৈক কৰা ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ পিছত প্ৰথমে শিৱসাগৰত হিন্দীভাষীৰ বিৰুদ্ধে আন্দোলন। ২১ টা জাতীয় সংগঠন আৰু মন্ত্ৰী ৰনোজ পেগুৰ...

৭ ঘণ্টীয়া ইউক্ৰেইন ভ্ৰমণ সামৰি স্বদেশলৈ উভতিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৩ দিনীয়া কাৰ্যসূচীৰে বৰাকত মুখ্যমন্ত্ৰী

‘ভাৰত নিৰপেক্ষ নহয়’‘শান্তি যি দিশে, আমিও সেই দিশে’যুদ্ধবিধ্বস্ত ইফক্ৰেইনৰ মাটিত থিয় হৈ বিশ্ববাসীক শান্তিৰ বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ ৭ ঘণ্টীয়া ইউক্ৰেইন ভ্ৰমণ সামৰি স্বদেশলৈ উভতিল প্ৰধানমন্ত্ৰী...

Popular

দেশীয় প্ৰতিৰক্ষা উৎপাদনক প্ৰসাৰ: DRDOৰ ক্ষেপণাস্ত্ৰ প্ৰযুক্তি হস্তান্তৰত চৰকাৰৰ অনুমোদন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ ভিতৰতে উৎপাদন বৃদ্ধি কৰাৰ...

ভাৰত-চীন সীমা বিবাদৰ সমাধান বিচাৰি চীনত ডোভাল, ৱাং য়ীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

ভাৰত-চীন সীমা বিবাদৰ সমাধান আৰু দুয়োখন দেশৰ মাজৰ সম্পৰ্ক...

জ্যোতি চিত্ৰবনত নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ প’ষ্টাৰ উন্মোচন

এক ব্যতিক্ৰমী আৰু আকৰ্ষণীয় বিষয়বস্তুক লৈ নিৰ্মাণ কৰা নতুন...

৪ ঘণ্টাত ৩,৪০০টা চুম্বন, পৰিণতি ৫,৫০০ টকাৰ চালান

মধ্যপ্রদেশত সংঘটিত হ'ল আজৱ ঘটনা। মধ্যপ্রদেশৰ গোৱালিয়ৰত ছ’চিয়েল মিডিয়াৰ...

Subscribe

spot_imgspot_img