হিমাচল প্ৰদেশৰ কুলুত ভয়াৱহ ভূমিস্খলন

হিমাচল প্ৰদেশৰ কুলুত ভয়াৱহ ভূমিস্খলন। ভূমিস্খলনত ৩ মহিলাসহ ৬ জন লোকৰ মৃত্যু। কুলুৰ গুৰুদ্বাৰ মণিকৰণ চাহিবৰ সমীপত এই ঘটনা। ভূমিস্খলনত আহত হয় আন কেইবাজনো লোক। দেওবাৰে সন্ধিয়া ৫ বজাত সংঘটিত হয় এই ঘটনা। পথৰ কাষত বহি থকা লোকৰ ওপৰত খহি পৰে বৃহৎ ভূখণ্ড। আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...