গুৱাহাটীৰ লালমাটিত নৃশংস হত্যাকাণ্ড

গুৱাহাটীৰ লালমাটিত নৃশংস হত্যাকাণ্ড। প্ৰেমিকে হত্যা কৰিলে এগৰাকী মহিলাক! মৃত মহিলাগৰাকীৰ নাম জুনু ৰাজবংশী। বিজয় নামৰ প্ৰেমিকে হত্যা কৰাৰ সন্দেহ। পেছাত পদপথৰ ব্যৱসায়ী আছিল মহিলাগৰাকী। শনিবাৰে নিশা কাজিয়া হৈছিল বিজয় আৰু জুনুৰ মাজত। তাৰ পিছৰে পৰা বন্ধ আছিল জুনু নামৰ মহিলাগৰাকীৰ ফোন। আজি উৱলি যোৱা অৱস্থাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ। ঘটনাস্থলীত উপস্থিত বশিষ্ঠ আৰক্ষী। উল্লেখ্য যে মহিলাগৰাকীৰ পূৰ্বৰ স্বামীৰ মৃত্যু হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰাইদেউ আৰু শিৱসাগৰ জিলাত বান বিভীষিকা

এসপ্তাহ পূৰ্বে আচম্বিতে প্ৰলয় নামি আহিছিল চৰাইদেউ আৰু শিৱসাগৰ...

অন্ধত্বক জয় কৰি মানবতাৰ জয়গান

এই ৰঙীন পৃথিৱীখনৰ প্ৰতি প্ৰতিজন মানুহৰ থাকে হাজাৰটা সপোন।...

পাকিস্তানক পুনৰ সকীয়ালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথে সিঙে

কাৰ্গিল বিজয় দিৱসৰ অনুষ্ঠানত ভাগ লৈ প্ৰতিৰক্ষা মন্ত্ৰী সিঙে...

ছেলফী উঠাৰ সময়তে ব্ৰহ্মপুত্ৰত পৰিল কিশোৰ

পুনৰ ছেলফীৰ বাবেই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। ছেলফি...