পৰাপক্ষত নোলাব ঘৰৰ পৰা, গৰমে ভংগ কৰিব পাৰে সৰ্বকালৰ অভিলেখ

জৰুৰী কাম নাথাকিলে নোলাব ঘৰৰ বাহিৰলৈ। এইবাৰ প্ৰচণ্ড গৰমে দহিব জনতাক। এপ্ৰিল মাহতেই হ’ব জুন-জুলাইৰ দৰে গৰম। সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰিব পাৰে গৰমে।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট। এপ্ৰিলৰ আৰম্ভণিৰ পৰাই হ’ব প্ৰচণ্ড গ্ৰীস্মপ্ৰৱাহ। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি পূব ভাৰত তথা উত্তৰ-পশ্চিমৰ অঞ্চলত এপ্ৰিল, মে’ আৰু জুন মাহত প্ৰচণ্ড গ্ৰীস্মপ্ৰৱাহে দহিব জনতাক। দেশৰ বেছিভাগ ঠাইতেই স্বাভাৱিকতকৈ অধিক হ’ব তাপমাত্ৰা। অৱশ্যে পশ্চিম আৰু পূবৰ কিছু অঞ্চলত তাপমাত্ৰা স্বাভাৱিক থাকিব। এক সংবাদমেলযোগে এই কথা অৱগত কৰিছে IMDৰ মুৰব্বী মৃত্যুঞ্জয় মহাপাত্ৰই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...