আঞ্চলিক

শিৱসাগৰত থলগিৰি ৰাইজৰ গৰ্জন

খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজশিৱসাগৰত থলগিৰি ৰাইজৰ গৰ্জনবহিৰাগত অপশক্তিক চূড়ান্ত সকীয়নিইয়াৰ পিছত আৰু নহ’ব গণতান্ত্ৰিক সংগ্ৰামবহিৰাগতৰ আগ্ৰাসনৰ বিৰুদ্ধে সোমবাৰে উত্তাল হৈ পৰিল ঐতিহাসিক শিৱসাগৰ চহৰ।...

স্বাধীনতা দিৱসৰ শুভক্ষণত অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ বহুকেইটা ঘোষণা

সমগ্ৰ দেশে পালন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস। অসমতো খানাপাৰাত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰিলে স্বাধীনতা দিৱসৰ কাৰ্যসূচী। মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা। অসমবাসীৰ...

৭৮ সংখ্যক স্বাধীনতা দিৱস আনন্দৰে উদযাপনৰ পৰিৱৰ্তে বিৰহ হ’ব নেকি?

শিৱসাগৰৰ DTO অফিচৰ এখন পুৰণি গাড়ীত বোমাগুৱাহাটীৰ গান্ধী মণ্ডপৰ ট্ৰেন্সফৰ্মাৰ বোৰ্ডৰ বাকচতনলবাৰী পুৰণা মেডিকেললৈ যোৱা যোৱা পথটোৰ কাষত থকা এখন পৰিত্যক্ত এম্বুলেন্সত বোমা ৭৮ সংখ্যক...

দেশে আজি উদযাপন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস

স্বাধীনতাৰ ৰঙেৰে…যেতিয়া মাজৰাতি সমগ্ৰ পৃথিৱী শুই আছিল,তেতিয়া ভাৰতে জীৱন আৰু স্বাধীনতাৰ বাবে সাৰ পালে... ভাৰতৰ নৱ প্ৰতিষ্ঠিত সংসদত নেহৰুৰ এই ভাষণ আছিল প্ৰথমজন স্বাধীন ভাৰতীয়...

অথলে গ’ল জাতীয় সংগঠনৰ নেতাৰ হুংকাৰ, প্ৰতিবাদ

৩৯ বছৰ অতিক্ৰম কৰি ৪০ বছৰত সোমাল অসম চুক্তি। সেই দিনটোতেই যেন অপমৃত্যু ঘটিল অসম চুক্তিৰ। ‘কা’ৰ জৰিয়তে অসমত প্ৰথমজন বাংলাদেশী ভাৰতীয় হ’ল। মুখ...

Popular