আঞ্চলিক

‘এই স্বৰ্ণ ৰাইজৰ আশীৰ্বাদৰ ফল…’ স্বগৃহলৈ উভতি আবেগিক লাভলীনা

এছিয়ান গেমছত স্বৰ্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা অসম গৌৰৱ লাভলীনা বৰগোঁহাই আজি উপস্থিত হয় বোকাখাতত। স্বৰ্ণকন্যাগৰাকীক আদৰিবলৈ বিভিন্ন দল-সংগঠন, ছাত্ৰ-ছাত্ৰী আৰু ক্ৰীড়াপ্ৰেমী...

চকুৰে নেদেখিলেও হাতৰ পৰশত প্ৰাণ পায় বাঁহ-বেতে; ৫১ বছৰ ধৰি বাঁহ-বেতৰ শিল্পৰ মাজেৰে জীৱন যুঁজ ৬৭ বছৰীয়া কুশল ফুকনৰ

দুয়োটা চকুৰে নেদেখে তেওঁ। স্কুলীৰ দিনতে দুৰ্ভাগ্যজনকভাৱে হেৰুৱাইছিল দৃষ্টিশক্তি। কিন্তু জীৱনৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও হাৰ নামানিলে ডিমৌ সমষ্টিৰ বকতা পতীয়া গাঁৱৰ কুশল ফুকনে।...

চাকৰি কৰাৰ সপোন আধৰুৱা হৈয়ে ৰ’ল হিমাশ্ৰীৰ; অন্ধ্ৰপ্ৰদেশত নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ ৰহস্যজনক মৃত্যু হিমাশ্ৰী বড়োৰ

অসমৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ নৃত্যানুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈছিল এগৰাকী প্ৰতিভাৱান যুৱতী। কিন্তু ঘৰলৈ উভতি অহাৰ পথতেই ৰহস্যজনকভাৱে মৃত্যু ঘটিল মহানগৰীৰ চপাইডাঙৰ হিমাশ্ৰী বড়োৰ। অন্ধ্ৰপ্ৰদেশৰ টিকুলামপুৰমৰ...

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি বছৰেকীয়া তিথি; কাহিলিপাৰাৰ ঘৰত নাম-কীৰ্তন, পূজা-পাঠেৰে স্মৰণ শিল্পীগৰাকীক

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বছৰেকীয়া শ্ৰাদ্ধ। কাহিলিপাৰাৰ ঘৰত আধ্যাত্মিক কাৰ্যসূচী। মাংগলিক কাৰ্যসূচী আৰু ৰীতি-নীতিৰে বছৰেকীয়া শ্ৰাদ্ধ। নাম-কীৰ্তন আৰু পূজা-পাঠ হ’ব বছৰেকীয়া শ্ৰাদ্ধত। কাহিলিপাৰাৰ...

গাঁৱৰ পথাৰৰ পৰা ৰাষ্ট্ৰীয় মঞ্চলৈ বিতুপন; অসম টেনিছ ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব অৰ্জন নাৰায়ণপুৰৰ কিশোৰৰ

গাঁৱৰ পথাৰত লগৰীয়াৰ সৈতে অনুশীলন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিবলৈ সক্ষম হৈছে নাৰায়ণপুৰৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰ। নাৰায়ণপুৰৰ ভোলাবৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ বিতুপন...

Popular