ৰাজ্যৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন অঙ্কুৰমৰ বঁটা প্ৰদান অনুষ্ঠান

ৰাজ্যৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন অঙ্কুৰমে যোৱা কিছু বছৰৰ পৰা বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াই বিভিন্ন ব্যক্তিক সংগঠনটোৱে বঁটা প্ৰদান কৰি বিশষভাৱে সন্মানিত কৰি আহিছে ৷ অন্য বৰ্ষৰ দৰে এইবেলিও তেওঁলোকে শিল্পী, সাহিত্যক তথা সাংবাদিকৰ উপৰিও সমাজৰ বিভিন্ন ক্ষেত্ৰৰ আগশাৰীৰ ব্যক্তিক সন্মানিত কৰে ৷

যোৱা ২৫ ডিচেম্বৰত অনুস্থিত গাম্ভীৰ্য্যপূৰ্ণ অনুস্থানত অঙ্কুৰমে আন আন উল্লেখযোগ্য ব্যক্তিৰ সৈতে ৰাজ্যখনৰ আগশাৰীৰ ইন্টেৰিয়ৰ ডিজাইনাৰ সোণমা মহন্তকো এই বৰ্ষৰ শ্ৰেষ্ঠ ইন্টেৰিয়ৰ ডিজাইনাৰ “অঙ্কুৰম এক্চেলেঞ্চ“ বঁটা প্ৰদান কৰে বিশিষ্ট চিকিৎসক তথা শিশু বিশেষজ্ঞ প্ৰাকৃতিশ বৰাই ৷ উক্ত অনুস্থানতেই বিশিষ্ট সাহিত্যিক তথা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, কণ্ঠ শিল্পী পুলক বেনাৰ্জী, অভিনেতা ৰবি শৰ্মা প্ৰমুখ্যে বিভিন্ন ব্যক্তিক আন আন বঁটাৰে সন্মানিত কৰে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...