মহানগৰীৰ লাষ্টগেটৰ ছুৰিকাঘাতৰ ঘটনাৰ শেহতীয়া আপডেট

মহানগৰীৰ লাষ্টগেটৰ ছুৰিকাঘাতৰ ঘটনাৰ শেহতীয়া আপডেট। প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই হত্যা মৌচুমী গগৈক।

মহানগৰীৰ লাষ্টগেটত সংঘটিত হৈছিল এই ঘটনা। যুৱতীক ছুৰিকাঘাত কৰি পলায়ন কৰিছিল ভূপেন দাস নামৰ লোকজনে। এখন ছুইফট ডিজায়াৰত আহিছিল নৰপিশাচ ভূপেন। ৰেপিড’ৰ বাবে ৰৈ আছিল যুৱতীগৰাকী। পৰৱৰ্তী সময়ত GMCHলৈ লৈ যোৱা হয় যদিও মৃত্যু হয় যুৱতীগৰাকীৰ। উল্লেখ্য যে ভূপেন দাসে প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল মৌচুমীক। কিন্তু সেই প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল মৌচুমীয়ে। যাৰ বাবে কেব চালক ভূপেন দাসে ছুৰিকাঘাত কৰিছিল মৌচুমীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অষ্ট্ৰেলিয়াৰ মাটিত বাংলাদেশৰ ইতিহাস…

৯ উইকেটত পৰাস্ত অষ্ট্ৰেলিয়া। ২২ আগষ্টত দ্বিতীয়খন টেষ্ট, শৃংখলা...

‘ৰাজনীতিত প্ৰৱেশ কৰাটোৱেই আছিল মোৰ ভুল’: দলীয় কাৰ্যালয়ত উদ্ধাৰ পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষৰ মৃতদেহ

পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা তৃণমূল কংগ্ৰেছৰ (TMC) জ্যেষ্ঠ...