দুৰ্বৃত্তই ছুৰিকাঘাত কৰা মৌচুমী গগৈৰ মৃত্যু

দুৰ্বৃত্তই ছুৰিকাঘাত কৰা মৌচুমী গগৈৰ মৃত্যু। লাষ্টগেটৰ নাহৰণি পথত ছুৰিকাঘাত কৰিছিল মৌচুমীক। যুৱতীক ছুৰিকাঘাত কৰি পলায়ন কৰিছিল দুৰ্বৃত্তই। এখন ছুইফট ডিজায়াৰত অহা দুৰ্বৃত্তই সংঘটি কৰিলে এই কাণ্ড। ৰেপিড’ৰ বাবে ৰৈ আছিল যুৱতীগৰাকী। GMCHত শেষ নিশ্বাস ত্যাগ কৰিলে যুৱতীগৰাকীয়ে। মৃত যুৱতীগৰাকীৰ ঘৰ ডিব্ৰুগড়ত ঘৰ বুলি জানিব পৰা গৈছে।

এই ঘটনাই উত্থাপন কৰিছে বহু প্ৰশ্নৰ। কেনেকৈ গুৱাহাটীৰ হাই ছিকিউৰিটি জ’নত সংঘটিত হ’ল এনে ঘটনা? সুৰুঙা আছে নেকি সুৰক্ষা ব্যৱস্থাত?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...