মহানগৰীত যুৱতীক ছুৰিকাঘাত কৰি পলায়ন দুৰ্বৃত্তৰ

মহানগৰীৰ দিছপুৰ লাষ্টগে’টৰ নাহৰণি পথত চাঞ্চল্যকৰ ঘটনা।যুৱতীক ছুৰিকাঘাত কৰি পলায়ন দুৰ্বৃত্তৰ। এখন ছুইফট ডিজায়াৰত অহা দুৰ্বৃত্তই সংঘটি কৰিলে এই কাণ্ড। ৰেপিড’ৰ বাবে ৰৈ আছিল যুৱতীগৰাকী। আহত যুৱতীগৰাকীৰ নাম মৌচুমী গগৈ। ঘটনাস্থলীত উপস্থিত মহানগৰ আৰক্ষী। আহত যুৱতীগৰাকীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...