গুৰুতৰভাৱে অসুস্থ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী

গুৰুতৰভাৱে অসুস্থ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী৷ বুধবাৰে হঠাৎ অসুস্থ হৈ পৰিছিল সাংসদজন। তাৰ পিছতেই তেওঁক ভৰ্তি কৰোৱা হৈছিল বঙাইগাঁৱৰ এখন হাস্পতালত। কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে চিকিৎসকে নিশাই গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল সাংসদজনক। শ্বাস-প্ৰশ্বাসজনিত কাৰণত অসুস্থ ফণীভূষণ চৌধুৰী। বৰ্তমান ICUত চিকিৎসকৰ তত্ত্বাৱধানত ৰখা হৈছে চৌধুৰীক। অৱশ্যে বৰ্তমান তেওঁ সংকটমুক্ত বুলি জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ বায়ু প্ৰদূষণ বৃদ্ধি, বায়ুৰ গুণগত মানৰ অৱনতি; AQI ২২৭লৈ উন্নীত

ৰাজধানী দিল্লীত চলিত বৰ্ষত প্ৰথমবাৰৰ বাবে বায়ুৰ গুণগত মান...

বিজয়া দশমীৰ আনন্দৰ মাজতে ৰাজ্যত ২টাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত ৩ যুৱক, গুৰুতৰভাৱে আহত ২জন

দেৰগাঁও আৰু ছিপাঝাৰ, শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যত সংঘটিত...