হঠাৎ অসুস্থ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী

হঠাৎ অসুস্থ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী। চৌধুৰীক বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ। ৰক্তচাপ আৰু শ্বাস-প্ৰশ্বাসত কষ্ট পাইছিল ফণীভূষণ চৌধুৰীয়ে। চিকিৎসকৰ পৰামৰ্শ মতে নিশাই গুৱাহাটীলৈ প্ৰেৰণ। বৰ্তমান সংকটমুক্ত বুলি জানিবলৈ দিয়ে চিকিৎসকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অষ্ট্ৰেলিয়াৰ মাটিত বাংলাদেশৰ ইতিহাস…

৯ উইকেটত পৰাস্ত অষ্ট্ৰেলিয়া। ২২ আগষ্টত দ্বিতীয়খন টেষ্ট, শৃংখলা...

‘ৰাজনীতিত প্ৰৱেশ কৰাটোৱেই আছিল মোৰ ভুল’: দলীয় কাৰ্যালয়ত উদ্ধাৰ পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষৰ মৃতদেহ

পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা তৃণমূল কংগ্ৰেছৰ (TMC) জ্যেষ্ঠ...