বাইক ষ্টাণ্ট কৰা যুৱকক আটক

বাইক ষ্টাণ্ট কৰা যুৱকক আটক। পাঠশালাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক ষ্টাণ্ট কৰিছিল যুৱকজনে। সামাজিক মাধ্যমত ভাইৰেল হৈছিল বাইক ষ্টাণ্ট কৰাৰ ভিডিঅ’। তাৰ পিছতেই আৰক্ষীয়ে আটক কৰে ২০ বছৰীয়া যুৱকজনক। ইতিমধ্যে যুৱকজনৰ পালচাৰ বাইকখনো জব্দ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিজয়া দশমীৰ আনন্দৰ মাজতে ৰাজ্যত ২টাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত ৩ যুৱক, গুৰুতৰভাৱে আহত ২জন

দেৰগাঁও আৰু ছিপাঝাৰ, শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যত সংঘটিত...