পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে বংগ-উৰিষ্যা সীমান্তত শ্বুটিঙৰ সময়তে নাৱৰ পৰা সাগৰত পৰি গৈছিল অভিনেতাজন। পৰৱৰ্তী সময়ত তেখেতক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও মৃত ঘোষণা কৰে চিকিৎসকে। ঘটনাৰ পিছতে শোকৰ ছাঁ পৰিছে পশ্চিমবংগত। জুবিন গাৰ্গে কণ্ঠদান কৰা জনপ্ৰিয় বাংলা গীত ‘ভালোবাসা কেন’ এতো অসহায়’ত অভিনয় কৰিছিল ৰাহুলে। ৪৩ বছৰীয়া অভিনেতাজনৰ মৃত্যুত শোক প্ৰকাশ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...