উত্তৰ পূৱ

ক্ৰমান্বয়ে যেন অধিক তিক্ততাপূৰ্ণ হৈ উঠিছে অসম–মেঘালয়ৰ সমস্যা

কিছুদিনৰ আগতে অসম আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মাজত যান–বাহনৰ যাতায়াতৰ ক্ষেত্ৰত চলিছিল দীৰ্ঘদিনীয়া বিবাদ। মেঘালয়ৰ চালক সন্থাই বাধা আৰোপ কৰিছিল অসমৰ গাড়ী মেঘালয়ৰ পৰ্যটনক্ষেত্ৰসমূহত...

তেজপুৰ বিশ্ববিদ্যালয়ৰ ড০ পংকজ বৰালৈ ড০ জে এন বৰুৱা সোঁৱৰণী বিজ্ঞান বঁটা

তেজপুৰ বিশ্ববিদ্যালয়ৰ আণৱিক জীৱবিজ্ঞান আৰু জৈৱ প্ৰযুক্তি বিভাগৰ সহকাৰী অধ্যাপক ড০ পংকজ বৰাক ২০২৪ চনৰ সন্মানীয় ড০ জে এন বৰুৱা বিজ্ঞান বঁটাৰে সন্মানিত কৰা...

ৰাজ্যজুৰি ভয়ানক পৰিৱেশৰ সৃষ্টি হৈছে

নোহোৱা হৈছে মানুহ-জানোৱাৰৰ পাৰ্থক্যলজ্জিত সভ্য সমাজ, চৌদিশে প্ৰতিবাদ-প্ৰতিক্ৰিয়াইটোৰ পাছত সিটো ধৰ্ষণৰ ঘটনা ৰাজ্যত ধিঙৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো অসমবাসীক লজ্জানত কৰা...

ৰাইজে বিচৰা মতেই…

ৰাইজে বিচৰা মতেই হ’ল। পুখুৰীত পৰি মৃত্যু হ’ল ধিঙৰ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল ইছলামৰ। আৰক্ষীৰ দাবী- নিশা অভিযানৰ সময়তে হেণ্ডকাফসহ পুখুৰীত জাঁপ মাৰি...

প্ৰাক্‌ শৈশৱ কালীন শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰম আৰম্ভ

ডিব্ৰুগড়ত প্ৰাক্‌ শৈশৱকালীন পাঠ্যক্ৰম আৰম্ভ৷ মিলন নগৰস্থিত প্ৰাক্‌ প্ৰাথমিক শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰত ১৯ আগষ্ট তাৰিখে এই পাঠ্যক্ৰম আৰম্ভ হয়৷ অসম চৰকাৰৰ মহিলা আৰু শিশু...

Popular