গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজন যুৱক। নিহত এজন বিজু ওৰাং বুলি চিনাক্ত কৰা হৈছে যদিও বৰ্তমানলৈকে জানিব পৰা হোৱা নাই আন এজন যুৱকৰ পৰিচয়। আনফালে গুৰুতৰভাৱে আহত পাপু মুড়া আৰু বিলাল হুছেইন নামৰ যুৱক দুজন। আহত যুৱকদ্বয়ক ভৰ্তি কৰোৱা হৈছে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত। দুৰ্ঘটনাগ্ৰস্ত বাইক দুখনৰ নম্বৰ AS 05 J 608 আৰু AS 05 D 9818

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...