গুৱাহাটী

আৰক্ষীৰ কোব খাই যুৱকৰ আত্মহত্যা

গুৱাহাটী, ১১ জুলাই, NKTV: ক'ভিড প্ৰট'কলৰ দোহাই দি আৰক্ষীৰ নিৰ্মম প্ৰহাৰ। বিশ্বনাথৰ এজন যুৱকক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ পিচতে আত্মহত্যাৰ পথ বাচি লয় এজন যুৱকে। বিশ্বনাথৰ...

সান্ধ্য আইনক লৈ ৰাজ্যত নতুন SOP

৭খন জিলাক বাদ দি সকলো জিলাতে ৪ বজাৰ পৰা বন্ধ হ’ব১ বজাত বন্ধ, ২ বজাত সান্ধ্য আইন কোনো জিলাত নাথাকিবঅহা বুধবাৰৰ পৰা প্ৰযোজ্য হ’ব...

ৰাজ্যজুৰি ক’ভিড ভেকচিনৰ ব্যাপক নাটনি

গুৱাহাটী, ১০ জুলাই, NKTV: সাৰ্বজনীন ভেকচিনৰ নামত ঢাক-ঢোল বজাই অৱশেষত এফালৰ পৰা ভেকচিনৰ শিবিৰ বন্ধ কৰিবলগীয়াৰ দৰে অৱস্থা হৈছে। সাৰ্বজনীন টিকাকৰণ আৰম্ভ হোৱাৰ তিনি দিনত...

লাওপানী খালে নহয় কৰ’না!

গুৱাহাটী, ১০ জুলাই, NKTV: জামুগুৰিহাটত আৰক্ষীৰ সন্মুখত এজন ব্যক্তিয়ে আগবঢ়ালে কৰ'নাৰ পৰা ৰক্ষা পৰাৰ উপায়। কৰ'না মহামাৰীৰ বাবে তেওঁ হেনো বহুত কষ্টৰ সম্মুখীন হ'বলগীয়া হৈছে। সন্ধিয়া...

জামুগুৰিত অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ

ৰাজ্যৰ ৭খনকৈ জিলাত সম্পূৰ্ণ লকডাউন বলৱৎ থকা সত্বেও প্ৰতিদিনে অধিক জটিল ৰূপ লৈছে ক’ভিডজনিত পৰিস্থিতিয়ে। কেইবাখনো জিলাত পৰিস্থিতি ইমানেই জটিল হৈ পৰিছে যে যিকোনো...

Popular