সান্ধ্য আইনক লৈ ৰাজ্যত নতুন SOP

৭খন জিলাক বাদ দি সকলো জিলাতে ৪ বজাৰ পৰা বন্ধ হ’ব
১ বজাত বন্ধ, ২ বজাত সান্ধ্য আইন কোনো জিলাত নাথাকিব
অহা বুধবাৰৰ পৰা প্ৰযোজ্য হ’ব এই নিয়ম
কোনো জিলাত ১০০তকৈ অধিক সংক্ৰমণ হ’লে লকডাউন
গুৱাহাটীত ২৫০তকৈ অধিক হ’লে কঠোৰ ব্যৱস্থা
‘শেহতীয়া কৰ’না সংক্ৰমণ বৃদ্ধিৰ কাৰণ চুলাই’
‘অভিভাৱক মন্ত্ৰীৰ প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে’
সকলো চুলাই ঘাটি ভাঙি পেলোৱাৰ নিৰ্দেশ উপায়ুক্তক
সংবাদমেলত জনালে ড০ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

সুতীক্ষ্ণ ড০ পৰিধি শৰ্মাৰ অপমৃত্যু!

ড০ পৰিধি শৰ্মা। অসমীয়া পাঠকৰ বাবে এটা পৰিচিত...

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা। ৫ হাজাৰ টকাত...

ডুবাইত স্মৃতি মান্ধনাৰ চিটী ক্ৰিকেট একাডেমী মুকলি, মুখ্য প্ৰশিক্ষক অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ডন ভাগৱতী

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আইকন স্মৃতি মান্ধানাই ব্ৰিটেইনৰ প্ৰখ্যাত...