দৈনিক বাতৰি

বেজৰ নাকত খৰ, নগাঁৱত ANTI-NARCOTICS SQUADৰ জোৱানসহ আটক

গুৱাহাটী, ১৭ জুন, NKTV: নগাঁৱত ড্রাগছৰ বিৰুদ্ধে অভিযান চলোৱা এণ্টি নাৰ্কোটিক স্কোৱাদৰ জোৱানৰ হাততে উদ্ধাৰ হৈছে ড্রাগছ কণ্টেইনাৰ। গাঁওৰক্ষী বাহিনীৰ লোকে ইশ্রাফিল হুছেইন নামৰ জোৱানজনক...

বোকাজানত জব্দ হ’ল ৭ কোটি টকা মূল্যৰ ২ কিলো হেৰ’ইন

গুৱাহাটী, ১৭ জুন, NKTV: ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। বৃহস্পতিবাৰেও অসমৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ জব্দ কৰাৰ বিপৰীতে কেইবাজন ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে। বোকাজানত বৃহৎ...

টেষ্টৰ বেষ্ট হোৱাৰ প্ৰয়াসৰে শুকুৰবাৰে নিউজীলেণ্ডৰ মুখা-মুখি হব টীম ইণ্ডিয়া

গুৱাহাটী, ১৭ জুন, NKTV:  শুকুৰবাৰে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল১৮ জুনত বিশ্ব জয়ৰ বাবে খেলপথাৰত নামিব ভাৰত- নিউজীলেণ্ডছাউথহেম্পটনৰ এজেছ বাউলত অনুষ্ঠিত হ'ব মেচখনভাৰতীয় সময় অনুসৰি দিনৰ ৩.৩০...

ইউৰো কাপত চমকপ্ৰদ খেলেৰে নক আউটত প্ৰৱেশ ইটালীৰ

গুৱাহাটী, ১৭ জুন, NKTV:  ইউৰো কাপৰ নকআউটত ইটালীপূৰ্বৰ ব্যৰ্থতা পাহৰি ইটালীৰ চমকপ্ৰদ প্ৰত্যাৱৰ্তনদুই তাৰকাৰ যাদুৱে মোহিলে কোটি কোটি অনুৰাগীক২৬ আৰু ৫২ মিনিটত মেনুৱেল লুকাটেলীৰ গল৮৯মিনিটত ষ্ট্ৰাইকাৰ...

ৰাইজৰ দলৰ দাবী THE ASSAM MICRO FIANANCE ACT অতিশীঘ্ৰে বলবৎ কৰিব লাগে

গুৱাহাটী, ১৭ জুন, NKTV: নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰ হ'লে ৰাজ্যৰ মহিলা সকলক মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ কৰি দিয়াৰ প্ৰতিশ্ৰতি...

Popular