গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা। GMCHৰ বাকৰিত উদ্ধাৰ এজন লোকৰ মৃতদেহ। মৃত লোকজন ৰঙিয়াৰ মনেশ্বৰ বড়ো বুলি চিনাক্ত। ১৬ নৱেম্বৰৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল লোকজন। লোকজনৰ মুখমণ্ডল, হাত–ভৰিত স্পষ্ট আঘাতৰ চিন। দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ মনেশ্বৰ বড়োক। এজন ৰোগীৰ ৰখীয়া হিচাপে GMCHত আছিল মনেশ্বৰ। ৰাজগড়ত ওলাইছে লোকজনৰ ম’বাইলৰ অন্তিম লোকেশ্যন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিজয়া দশমীৰ আনন্দৰ মাজতে ৰাজ্যত ২টাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত ৩ যুৱক, গুৰুতৰভাৱে আহত ২জন

দেৰগাঁও আৰু ছিপাঝাৰ, শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যত সংঘটিত...