দৈনিক বাতৰি

৯ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ কাম

স্থানীয় বিধায়ক ড° অমিয় কুমাৰ ভূঞাক কামকাজৰ নিৰীক্ষণৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ গুৱাহাটী, ২২ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত নির্মীয়মান মাধৱদেৱ...

‘কৰ’না এক মামূলী ভাইৰাছ’! য’তে ত’তে ওলাইছে ভুৱা চিকিৎসক

গুৱাহাটী, ২২ জুন, NKTV: জনস্বাস্থ্যৰ সৈতে হেতালি খেলি বিভিন্ন সময়ত ৰাইজৰ চিকিৎসা কৰি থকা বহু ভুৱা চিকিৎসক জালত পৰিছে আৰক্ষীৰ। পিছে তাৰ পিছতো সংগোপনে এনে...

সুখবৰ! নৈৰ পাৰলৈ আহিলেই পাব হাস্পতাল…

উত্তৰ পাৰৰ নৈপৰীয়া ৰাইজলৈ সুখবৰ বিহপুৰীয়া, বিহালী, গহপুৰৰ ৰাইজলৈ বিশেষ উপহাৰ এখন নাৱে আনিছে আশাৰ বতৰা ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ ৰাইজৰ বাবে এখন ভ্রাম্যমান চিকিৎসালয়ে কঢ়িয়াই...

বজালী জিলাত আৰম্ভ হৈছে শ্বেত বিপ্লৱ

সীতাজখলাৰ পিছত বজালীত দুগ্ধ বিপ্লৱবজালীৰ গাখীৰ ক্ৰয় কৰিছে পূৰবী আৰু আমুলে১০-১৫ হাজাৰ লিটাৰ গাখীৰ ক্ৰয় কৰে আমুলে গুৱাহাটী, ২২ জুন, NKTV: সীতাজখলাৰ পিচত এইবাৰ নামনি অসমৰ...

কামাখ্যালৈ আহিছে ‘চাইকেল বাবা’

গুৱাহাটী, ২২ জুন, NKTV: আজিৰ পৰা আৰম্ভ হৈছে অম্বুবাচীৰ প্ৰবৃত্তি। বিয়লি ২বাজি ৬ মিনিট ৭ ছেকেণ্ডৰ পৰা অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হৈছে যদিও এইবাৰ কামাখ্যাত অনুষ্ঠিত নহয়...

Popular