আজি সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ ৪৪ সংখ্যক মৃত্যু বাৰ্ষিকী

গুৱাহাটী, ১৫ জুলাই, NKTV:আজি সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ ৪৪ সংখ্যক মৃত্যু বাৰ্ষিকী। ১৫ জুলাই ২০২১ চনৰ এই বিশেষ দিনটোত অসম অলিম্পিক সংস্থা আৰু গুৱাহাটী খেল সংস্থাই সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱালৈ গভীৰ শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা পৰিলক্ষিত হ’ল।
এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে সাংসদ তথা ভাৰতীয় অলিম্পিক সংস্থাৰ উপ সভাপতি কলিতা মুখ্য অথিতি হিচাপে উপস্থিত আছিল। ইয়াৰ উপৰিও অনুষ্ঠানত অংশ লৈ প্ৰখ্যাত ক্ৰীড়া সংগঠক তথা বৰ্ষীয়ান সাংবাদিক প্ৰেমধৰ শৰ্মাৰ লগতে অসম অলিম্পিক সংস্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোৱৰ। এওঁলোকৰ উপস্থিতিত অনুষ্ঠানটো আকৌ বেছি আকৰ্ষণীয় হৈ উঠে।

সাংসদ তথা ভাৰতীয় অলিম্পিক সংস্থাৰ উপ সভাপতি কলিতাই মুখ্য অথিঠি ৰূপে উপস্থিত আছিল। লগতে অংশ লৈ উপৰি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...