গুৱাহাটীৰ পিছত নাজিৰাত আৰক্ষীৰ কাণ্ড

অসম আৰক্ষীতে হৈছে কি? গুৱাহাটীৰ পিছত নাজিৰাত আৰক্ষীৰ কাণ্ড। প্ৰেছ দিৱসৰ দিনটোত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ। অভিযুক্ত আৰক্ষী জোৱান ভাস্কৰ গগৈক আটক। বৰ্তমান নাজিৰা আদৰ্শ আৰক্ষী থানালৈ লৈ অহা হৈছে জোৱানজনক। ঘটনাৰ পিছতে ONGC গে’টত ক্ষোভিত সাংবাদিকৰ ধৰ্ণা কাৰ্যসূচী। জোৱানজনৰ বিৰুদ্ধে নাজিৰাৰ সংবাদকৰ্মীসকলে দাখিল কৰিছিল এজাহাৰ। ONGCৰ নিৰাপত্তাৰক্ষীয়ে অন কেমেৰা গুলীয়াবলৈ উদ্যত হৈছিল সাংবাদিকক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুজৰাটৰ মুখ্যমন্ত্ৰীক কমনৱেল্থ গেমছৰ পতাকা প্ৰদান: ২০৩০চনৰ মেগা ইভেণ্টৰ প্ৰস্তুতিৰ আনুষ্ঠানিক শুভাৰম্ভ

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক (Bhupendra Patel) আনুষ্ঠানিকভাৱে ২০৩০ চনৰ...

“মই মৃত্যুমুখত পৰিলোহেঁতেন”: মমতা বেনাৰ্জীৰ গাড়ীলৈ শিলাবৰ্ষণ, প্ৰতিবাদকাৰীৰ “চোৰ” ধ্বনি

পশ্চিম বংগৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা...