গুৱাহাটীৰ ফাঁচীবজাৰৰ ঘটনাই জোকাৰিছে ৰাজ্য

গুৱাহাটীৰ ফাঁচীবজাৰৰ ঘটনাই জোকাৰিছে ৰাজ্য। ডেলিভাৰী বয়ক আৰক্ষী বিষয়াই প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি অব্যাহত তীব্ৰ প্ৰতিক্ৰিয়া। ফাঁচী বজাৰৰ ঘটনাৰ পাছতেই তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছিল অভিযুক্ত পাণবজাৰ থানাৰ OC ভাৰ্গৱ বৰবৰাক। ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছিল গুৱাহাটী আৰক্ষী আয়ুক্তক। নিশা পাণবজাৰ থানাত প্ৰায় ৪ ঘণ্টা থাকিবলগীয়া হৈছিল জ্ঞানদীপ। এই সময়চোৱাতেই জ্ঞানদ্বীপৰ হাতত লগাই দিয়া হৈছিল হেণ্ডকাফ। অভিযুক্ত আৰক্ষী বিষয়াজনে এটা চৰো সোধাইছিল যুৱকজনক। শেহতীয়াকৈ NKTVৰ ‘খবৰৰ আঁৰৰ খবৰ’ অনু্ষ্ঠানত বিস্ফোৰণ ভুক্তভোগী জ্ঞানদীপ হাজৰিকাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পাকিস্তানৰ বেলুচিস্তানত সামৰিক ড্ৰ’ন আক্ৰমণত তিনি সাধাৰণ নাগৰিকৰ মৃত্যু

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত পৃথক পৃথক ড্ৰ’ন আক্ৰমণত তিনি সাধাৰণ...

পঞ্জাৱৰ ড্ৰাগছবিৰোধী কৰ্মী ঝোটাৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব ল’ব CBIয়ে; মানছাত উপস্থিত CBIৰ দল

নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰা...