দৈনিক বাতৰি

বিপিএফৰ সৈতে শাসকীয় বিজেপি দলৰ মিত্ৰতাৰ নৱীকৰণকলৈ কি ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

গুৱাহাটী, ৩০ জুন, NKTV: মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিপিএফ (Bodoland People’s Front)ৰ শীৰ্ষ নেতা সকলে ভাৰতীয় জনতা পাৰ্টি (বিজেপি) নেতৃত্বাধীন মিত্রজোঁট পুনৰ একত্ৰিত...

জুলাইৰ ভিতৰত অসমৰ ৭০ শতাংশ লোকক টিকাকৰণ কৰা হ’ব : মুখ্যমন্ত্ৰী

গুৱাহাটী, ২৯ জুন, NKTV: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজ্য চৰকাৰে জুলাই মাহৰ ভিতৰত ৰাজ্যখনৰ জনসংখ্যাৰ ৭০% লোকক ক'ভিড-১৯ৰ টিকাকৰণ সম্পন্ন কৰিব। মঙলবাৰে...

সংখ্যালঘু প্ৰধান ৰাজনৈতিক দলসমূহ বৰ্ধিত জনসংখ্যাৰ প্ৰসংগত নিমাত : মুখ্যমন্ত্ৰী

গুৱাহাটী, ২৯ জুন, NKTV: অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে, অসমৰ সংখ্যালঘু প্ৰধান ৰাজনৈতিক দলসমূহে ৰাজ্যখনৰ বৰ্ধিত জনসংখ্যাৰ ওপৰত আজিলৈকে কোনো মাত মতা...

জুলাইত ১৫ দিন বন্ধ হ’ব ভাৰতীয় বেংক সমূহ

গুৱাহাটী, ২৯ জুন, NKTV: ভাৰতৰ বেংকসমূহ জুলাই মাহত ১৫ দিনৰ বাবে বন্ধ থাকিব। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে প্ৰকাশ কৰা বন্ধৰ তালিকা অনুসৰি, বিভিন্ন ৰাজ্যৰ বিভিন্ন উৎসৱৰ বাবে...

বাগিছা অঞ্চলত ক’ভিড ৰোধ কৰিবলৈ মন্ত্ৰী সঞ্জয় কিষাণে কি কৰিছে?

গুৱাহাটী, ২৯ জুন, NKTV: ৰাজ্যত কৰ'নাৰ দ্বিতীয়টো ঢৌ অব্য়াহত থকাৰ সময়তেই চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে সোমবাৰে চাহ বাগিছাৰ মালিক, মেনেজাৰ তথা তিনিচুকীয়াৰ...

Popular