দৈনিক বাতৰি

নগাঁও আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত আজিজুৰ ৰহমান

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা নগাঁও আৰক্ষীৰ এটা দলে দেওবাৰে নিশা চামগুৰিৰ কাৱৈমাৰীত পিষ্টলসহ গ্ৰেপ্তাৰ কৰিছে দুধৰ্ষ ডকাইত আজিজুৰ ৰহমানক।...

অক্টোবৰৰ ভিতৰতে দেশত দৈনিক ৪-৫ লাখ লোক সংক্ৰমিত হ’ব পাৰে ক’ভিডত

পূৰ্বতকৈও ভয়াৱহ ৰূপ ল’ব পাৰে কৰ’নাৰ সংক্ৰমণে। কৰ’নাৰ দ্বিতীয় ঢৌৰ তুলনাত অধিক মাৰাত্মক হৈ উঠিব পাৰে তৃতীয় ঢৌ। অহা অক্টোবৰৰ ভিতৰতে দেশত দৈনিক ৪-৫...

ছেপ্টেম্বৰৰ পৰা বাঢ়িব বাছ-যাত্ৰীবাহী গাড়ীৰ ভাড়া

এফালে ক’ভিডত পিষ্ট জনতা, আনফালে মূল্যবৃদ্ধিৰ মাধমাৰ। তাৰ মাজতে যাত্ৰীৰ ভাড়াবৃদ্ধিৰ সিদ্ধান্ত লৈছে সদৌ অসম মটৰ পৰিবহণ সন্থাই। ৫০ শতাংশ ভাড়াবৃদ্ধিৰ সিদ্ধান্তত স্বাভাৱিকতে সৃষ্টি...

ৰাখী বন্ধনৰ আঁৰৰ কাহিনী

হিন্দু ধৰ্মৰ পৌৰাণিক শাস্ত্ৰবোৰতো ‘ৰক্ষা বন্ধন’ সম্পৰ্কীয় বহুতো কাহিনীৰ উল্লেখ আছে। ৰক্ষা বন্ধনৰ লগত জড়িত কেইটামান কাহিনী তলত বৰ্ণনা কৰা হ'ল। ১.ৰক্ষা বন্ধনৰ উৎপত্তি হৈছিল...

আজি উজনিলৈ সৰ্বানন্দ সোণোৱালৰ যাত্ৰা

জন আশীৰ্বাদ যাত্ৰাৰ আজি দ্বিতীয়টো দিনআজি উজনিলৈ সৰ্বানন্দ সোণোৱালৰ যাত্ৰামৰিগাঁও আৰু নগাঁও জিলা ভ্ৰমণ কৰিব সোণোৱালেমুঠ ৬টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সোণোৱালেজাগীৰোড,নগাঁও,বটদ্ৰৱাত আছে কাৰ্যসূচীজোঙালবলহুৰ প্ৰতিমূৰ্তিত...

Popular