আজি উজনিলৈ সৰ্বানন্দ সোণোৱালৰ যাত্ৰা

জন আশীৰ্বাদ যাত্ৰাৰ আজি দ্বিতীয়টো দিন
আজি উজনিলৈ সৰ্বানন্দ সোণোৱালৰ যাত্ৰা
মৰিগাঁও আৰু নগাঁও জিলা ভ্ৰমণ কৰিব সোণোৱালে
মুঠ ৬টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সোণোৱালে
জাগীৰোড,নগাঁও,বটদ্ৰৱাত আছে কাৰ্যসূচী
জোঙালবলহুৰ প্ৰতিমূৰ্তিত জনাব শ্ৰদ্ধাঞ্জলি
ৰহাৰ ফুলগুৰিত মিলিত হ’ব কৃষকৰ সৈতে

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...