আজি উজনিলৈ সৰ্বানন্দ সোণোৱালৰ যাত্ৰা

জন আশীৰ্বাদ যাত্ৰাৰ আজি দ্বিতীয়টো দিন
আজি উজনিলৈ সৰ্বানন্দ সোণোৱালৰ যাত্ৰা
মৰিগাঁও আৰু নগাঁও জিলা ভ্ৰমণ কৰিব সোণোৱালে
মুঠ ৬টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সোণোৱালে
জাগীৰোড,নগাঁও,বটদ্ৰৱাত আছে কাৰ্যসূচী
জোঙালবলহুৰ প্ৰতিমূৰ্তিত জনাব শ্ৰদ্ধাঞ্জলি
ৰহাৰ ফুলগুৰিত মিলিত হ’ব কৃষকৰ সৈতে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় গ্লেন মেক্সৱেলৰ! ১৪ বছৰীয়া বৰ্ণিল কেৰিয়াৰৰ সামৰণি

অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ...

৪৮ বছৰ ধৰি পানী খোৱা নাই বিশ্বৰ অন্যতম ধনকুবেৰ ৱাৰেন বাফেটে! পানীৰ সলনি কি পান কৰে তেওঁ?

বিশ্বৰ অন্যতম ধনকুবেৰ তথা প্ৰখ্যাত বিনিয়োগকাৰী ৱাৰেন বাফেটৰ খাদ্যাভ্যাসক...

অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিক জগতলৈ শোকৰ বতৰা, অভিনেতা অপু অনিৰুদ্ধৰ দেহাৱসান

অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিক জগতৰ জনপ্ৰিয় অভিনেতা অপূৰ্ব কুমাৰ...

শ্বিলং চেৰী ব্লছম ফেষ্টিভেল কেতিয়া? কেনেকৈ টিকট ক্ৰয় কৰিব পাৰি?

প্ৰাকৃতিক সৌন্দৰ্য, পাহাৰ আৰু মনোমোহা পৰিৱেশৰ বাবে পৰ্যটকৰ আকৰ্ষণৰ...