শিৱসাগৰৰ মাজমজিয়াত বোমাতংক

শিৱসাগৰৰ জিলা পুথিভঁৰালৰ সন্মুখত বোমাতংক। এখন দোকানৰ সন্মুখত গছৰ তলত বোমা থকাৰ সন্দেহ। পৰিত্যক্ত অৱস্থাত থকা এখন মোনাত বোমা থকাৰ সন্দেহ। মোনাৰ ভিতৰত বেটাৰী আৰু তাঁৰ প্ৰত্যক্ষ কৰিছে আৰক্ষীয়ে। ঘটনাক কেন্দ্ৰ কৰি শিৱসাৰত তীব্ৰ উত্তেজনা। আৰক্ষীয়ে ঘেৰি ৰাখিছে সমগ্ৰ অঞ্চলটো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...