দৈনিক বাতৰি

তিতাবৰত উদ্বোধন হ’ল ৰাজ্যৰ প্ৰথমটো সূতা বেংক

বছৰি ৫ লাখ থলুৱা গামোচা উৎপাদনৰ লক্ষ্য২০ হাজাৰ আত্মসহায়ক গোটে উৎপাদন কৰিব থলুৱা গামোচা এটা সুখবৰ। তিতাবৰত উদ্বোধন কৰা হ'ল ৰাজ্যৰ প্ৰথমটো সূতা বেংক। উদ্বোধন...

আলফা (স্বাঃ)ৰ সভাপতি অভিজিৎ অসমৰ পদত্যাগ

আলফা স্বাধীনৰ সভাপতি ডাঃ অভিজিৎ অসমৰ পদত্যাগৰ পিছত পুনৰ্গঠন কৰা হ’ল সংগঠনটোৰ কেন্দ্ৰীয় সমিতি। সৰ্বোচ্চ সমিতিৰূপে উচ্চতম পৰিষদসহ তিনিতৰপীয়াকৈ পুনৰ্গঠন কৰা হৈছে আলফাৰ কেন্দ্ৰীয়...

ক’ভিডত বিধ্বস্ত কেৰালাত নিপাহ ভাইৰাছৰ সন্ত্ৰাস

ক’ভিডে বিধ্বস্ত কৰা কেৰালাত নিপাহ ভাইৰাছ। নিপাহ ভাইৰাছত আক্ৰান্ত এজন কিশোৰৰ মৃত্যু। আজি মৃত্যু হয় কেৰেলা কজিকড় জিলাৰ ১২ বছৰীয়া কিশোৰজনৰ। ১ ছেপ্টেম্বৰত হাস্পতালত...

কাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব উত্তৰ গুৱাহাটী-গুৱাহাটী ফেৰী সেৱা

উত্তৰ গুৱাহাটীবাসীৰ বাবে সুখবৰ। কাইলৈৰ পৰা আৰম্ভ হ'ব উত্তৰ গুৱাহাটী-গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। পুৱা ৬ বজাৰপৰা নিশা ৮ বজালৈ ক’ভিড বিধি অনুসৰি চলিব এই...

সোমবাৰে ৰাজ্য চৰকাৰৰ সৈতে কাগজকল কৰ্মচাৰীৰ বৈঠক

ঘৰ খালীৰ নিৰ্দেশৰ পিছতে হাহাকাৰ কাগজকলৰ কৰ্মচাৰীৰপ্ৰতিবাদৰ মাজতে সোমবাৰে ৰাজ্য চৰকাৰৰ সৈতে দ্বিতীয়লানি বৈঠকত বহিব কৰ্মচাৰী সন্থাচৰকাৰৰ প্ৰস্তাৱ মানি ল’বনে কাগজকলৰ কৰ্মচাৰী সকলে? ক’লৈ যাব,...

Popular