আলফা (স্বাঃ)ৰ সভাপতি অভিজিৎ অসমৰ পদত্যাগ অসমআঞ্চলিকগুৱাহাটী 1195 By NKTV Digital Share FacebookTwitterWhatsAppTelegram আলফা স্বাধীনৰ সভাপতি ডাঃ অভিজিৎ অসমৰ পদত্যাগৰ পিছত পুনৰ্গঠন কৰা হ’ল সংগঠনটোৰ কেন্দ্ৰীয় সমিতি। সৰ্বোচ্চ সমিতিৰূপে উচ্চতম পৰিষদসহ তিনিতৰপীয়াকৈ পুনৰ্গঠন কৰা হৈছে আলফাৰ কেন্দ্ৰীয় সমিতিখন। সৰ্বোচ্চ পৰিষদৰ সভাপতি পদত অধিষ্ঠিত হৈছে পৰেশ বৰুৱা। Author: NKTV Digital Previous articleক’ভিডত বিধ্বস্ত কেৰালাত নিপাহ ভাইৰাছৰ সন্ত্ৰাসNext articleতিতাবৰত উদ্বোধন হ’ল ৰাজ্যৰ প্ৰথমটো সূতা বেংক NKTV Digital Popular IIT গুৱাহাটীৰ যুগান্তকাৰী উদ্ভাৱন, প্ৰচলিত প্ৰযুক্তিতকৈ ৫০০ গুণ কম শক্তি ব্যৱহাৰ কৰিব নতুন যন্ত্ৰই ২০২৬ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা ঘোষণা; অৰ্থনৈতিক স্থিতিশীলতা সম্পৰ্কীয় গৱেষণাৰ বাবে আমেৰিকাৰ দুই অৰ্থনীতিবিদ ৰ’বাৰ্ট ই হল, মাইকেল উডফ’ৰ্ডলৈ অৰ্থনীতিৰ ন’বেল জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ৰাহুল গান্ধীৰ নেতৃত্বত INDIA মিত্ৰজোঁটৰ প্ৰতিবাদী সমদল, উচ্চতম ন্যায়ালয় অভিমুখে যাত্ৰা হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ গুৱাহাটীত চিলনী চোৰৰ সন্ত্ৰাস! কাহিলীপাৰাত মহিলাক প্ৰায় ১০০ মিটাৰ চোঁচৰাই নিলে দুৰ্বৃত্তই, গ্ৰেপ্তাৰ দুই অভিযুক্ত More like thisRelated IIT গুৱাহাটীৰ যুগান্তকাৰী উদ্ভাৱন, প্ৰচলিত প্ৰযুক্তিতকৈ ৫০০ গুণ কম শক্তি ব্যৱহাৰ কৰিব নতুন যন্ত্ৰই NKTV Digital - October 12, 2026 প্ৰযুক্তি আৰু বিজ্ঞানৰ ক্ষেত্ৰত অসম তথা সমগ্ৰ দেশৰ বাবে... ২০২৬ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা ঘোষণা; অৰ্থনৈতিক স্থিতিশীলতা সম্পৰ্কীয় গৱেষণাৰ বাবে আমেৰিকাৰ দুই অৰ্থনীতিবিদ ৰ’বাৰ্ট ই হল, মাইকেল উডফ’ৰ্ডলৈ অৰ্থনীতিৰ ন’বেল NKTV Digital - October 12, 2026 অৰ্থনৈতিক স্থিতিশীলতা সম্পৰ্কীয় গৱেষণাৰ বাবে আমেৰিকাৰ দুইগৰাকী অৰ্থনীতিবিদ ৰবাৰ্ট... জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ৰাহুল গান্ধীৰ নেতৃত্বত INDIA মিত্ৰজোঁটৰ প্ৰতিবাদী সমদল, উচ্চতম ন্যায়ালয় অভিমুখে যাত্ৰা NKTV Digital - October 12, 2026 কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ‘চলো দিল্লী – গণতন্ত্ৰৰ বাবে... হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ NKTV Digital - October 12, 2026 হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত...