কাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব উত্তৰ গুৱাহাটী-গুৱাহাটী ফেৰী সেৱা

উত্তৰ গুৱাহাটীবাসীৰ বাবে সুখবৰ। কাইলৈৰ পৰা আৰম্ভ হ’ব উত্তৰ গুৱাহাটী-গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। পুৱা ৬ বজাৰপৰা নিশা ৮ বজালৈ ক’ভিড বিধি অনুসৰি চলিব এই ফেৰী সেৱা। আন্তঃজিলা যাতায়াত বন্ধ থকাৰ বাবেই চাৰিমাহে বন্ধ আছিল এই ফেৰী সেৱা। মধ্যম খণ্ডৰ পাৰঘাটৰ বালি চৰৰ বাবে ৰজাদুৱাৰ ঘাটৰ পৰাই দুয়োটা ঘাটলৈ চলাচল কৰিব ফেৰী। ১০০ শতাংশ যাত্ৰীলৈ পূৰ্বৰ সূচী মতে চলিব নিয়মীয়া ফেৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...