দৈনিক বাতৰি

পিযুষ হাজৰিকাক অসম টেবুল টেনিছ সংস্থাৰ সভাপতিৰ দ্বায়িত্ব

আজি অসম টেবুল টেনিছ সংস্থাই জলসম্পদ, তথ্য-জনসম্পৰ্ক আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাক অসম টেবুল টেনিছ এছ'চিয়েশ্যনৰ (ATTA) সভাপতি হিচাপে নিৰ্বাচিত কৰে। উল্লেখ্যে যে,...

গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানীৰ পদত্যাগ

গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানীয়ে পদত্যাগ কৰিছে, যাৰ ফলত গুজৰাটত ৰাজনৈতিক পট পৰিৱৰ্তনৰ পথ প্ৰশস্ত হৈছে য'ত শাসনাধিষ্ঠিত বিজেপিয়ে অহা বছৰ গুৰুত্বপূৰ্ণ বিধানসভা নিৰ্বাচনৰ সন্মুখীন...

শপতগ্ৰহণ অনুষ্ঠান বাতিল: পশ্চিমীয়া শক্তিৰ হেঁচাত সেও মানিলে তালিবানে

২০০১ চনৰ আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত তালিবানে কৰা ভয়াৱহ আক্ৰমণৰ কুৰিটা বছৰ সম্পূৰ্ণ হোৱা দিনটোতে নতুন চৰকাৰৰ শপতগ্ৰহণৰ আশা কৰিছিল তালিবানে। কিন্তু অতি চতুৰতাৰে...

চন্দ্ৰপৃষ্ঠত সম্ভেদ ওলাল বৰফ আৰু পানীৰ

চন্দ্ৰপৃষ্ঠত বৰফ আৰু পানীৰ সম্ভেদচন্দ্ৰপৃষ্ঠত আছে বৃহৎ শিলাখণ্ড আৰু আগ্নেয়গিৰিISRO-এ প্ৰকাশ কৰিছে এই তথ্যচন্দ্ৰযান ২-এ চন্দ্ৰপৃষ্ঠৰ গৱেষণা কৰি ISROলৈ পঠাইছিল ডাটাচন্দ্ৰযান ২-এ ১০০ কিঃ...

মাচুল নিদিলেও পাঠদানৰ পৰা বঞ্চিত কৰিব নোৱাৰিব শিক্ষাৰ্থীক

শিক্ষাৰ্থীলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকাহমাচুল নিদিলেও পাঠদানৰ পৰা বঞ্চিত কৰিব নোৱাৰিব শিক্ষাৰ্থীকন্যায়ালয়ৰ নিৰ্দেশত অসন্তুষ্ট একাংশ ব্যক্তিগতখণ্ডৰ শিক্ষকমাচুল নিদিলে কেনেকৈ ঘৰ চলিব ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক...

Popular