চন্দ্ৰপৃষ্ঠত সম্ভেদ ওলাল বৰফ আৰু পানীৰ

চন্দ্ৰপৃষ্ঠত বৰফ আৰু পানীৰ সম্ভেদ
চন্দ্ৰপৃষ্ঠত আছে বৃহৎ শিলাখণ্ড আৰু আগ্নেয়গিৰি
ISRO-এ প্ৰকাশ কৰিছে এই তথ্য
চন্দ্ৰযান ২-এ চন্দ্ৰপৃষ্ঠৰ গৱেষণা কৰি ISROলৈ পঠাইছিল ডাটা
চন্দ্ৰযান ২-এ ১০০ কিঃ মিঃ পৰা তুলিছিল চন্দ্ৰপৃষ্ঠৰ আলোকচিত্ৰ
আলোকচিত্ৰত ধৰা পৰিছে পাহাৰ আৰু আগ্নেয়গিৰিৰ ছবি
চন্দ্ৰযান ২ৰ আৰ্বিটাৰ পেলোডৰ অনুসন্ধানত প্ৰকাশ তথ্য
চন্দ্ৰযান ২ৰ IIRA-এ চন্দ্ৰপৃষ্ঠত পাইছে হাইড্ৰক্সাইল আৰু ৱাটৰ আইচৰ উপস্থিতি
চন্দ্ৰপৃষ্ঠত ক্ৰোমিয়াম আৰু মেগাংনিজৰ উপস্থিতি
চন্দ্ৰপৃষ্ঠ অধ্যয়নৰ বাবে ISRO য়ে পঠাইছিল চন্দ্ৰযান ২ নামৰ দ্বিতীয়খন মহাযান
২০১৯ চনৰ ২২ জুলাইত প্ৰক্ষেপ কৰিছিল চন্দ্ৰযান ২
২০১৯ চনৰ ২০ আগষ্টত চন্দ্ৰপৃষ্ঠত প্ৰৱেশ কৰিছিল চন্দ্ৰযান ২

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...