পিযুষ হাজৰিকাক অসম টেবুল টেনিছ সংস্থাৰ সভাপতিৰ দ্বায়িত্ব

আজি অসম টেবুল টেনিছ সংস্থাই জলসম্পদ, তথ্য-জনসম্পৰ্ক আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাক অসম টেবুল টেনিছ এছ’চিয়েশ্যনৰ (ATTA) সভাপতি হিচাপে নিৰ্বাচিত কৰে। উল্লেখ্যে যে, সংস্থাটোৰ প্ৰাক্তন সভাপতি মৃগাংক বৰ্মনৰ পদত্যাগৰ পিছৰে পৰা পদটো খালী হৈ আছিল। ভাৰ্চুৱেল সভাখন সভাপতিত্ব কৰে অসম টেবুল টেনিছ সংস্থাৰ উপ-সভাপতি মুনিন নবিছে। ATTAৰ সকলো কাৰ্যবাহী সদস্য আৰু অনুমোদিত জিলাই সৰ্বসন্মতিক্ৰমে নতুন সভাপতি হিচাপে পিযুষ হাজৰিকাক নিৰ্বাচিত কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...