NKTV Digital

5125 POSTS

Exclusive articles:

ইউৰোপত ফুটবলৰ মহাযুদ্ধ

ইউৰোপত ফুটবলৰ মহাযুদ্ধসেউজীয়া ঘাঁহনিৰ মহাৰণত দুভৰিৰ যাদুশুকুৰবাৰে নিশা ১২.৩০বজাত উদ্বোধনী মেচউদ্বোধনী মেচত তুৰস্কৰ বিৰুদ্ধে ইটালীবহু তাৰকাৰ সমাহাৰ ঘটিব ইউৰো কাপত১২ জুলাইত ৱেম্বলী ষ্টেডিয়ামত ফাইনেল আজিৰে...

ৰামদেৱেও ল’ব ক’ভিড ভেকচিন…

চিকিৎসকসকলক পৃথিৱীত ঈশ্বৰৰ দূত বুলি মন্তব্য কৰি যোগ গুৰু বাবা ৰামদেৱে বৃহস্পতিবাৰে কয় যে তেওঁ অতি সোনকালেই এটা ক'ভিড ভেকছিন গ্ৰহণ কৰিব। পতঞ্জলিৰ প্ৰতিষ্ঠাপক...

শ্ৰীলংকাৰ বিৰুদ্ধে আগন্তুক শৃংখলাৰ বাবে দল ঘোষণা BCCIৰ

শ্ৰীলংকাৰ বিৰুদ্ধে জুলাই মাহত অনুষ্ঠিত হ'বলগীয়া শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) শুকুৰবাৰে দল ঘোষণা কৰে। চলিত ক'ভিড-১৯ পৰিস্থিতিৰ বাবে সকলোবোৰ মেচ কলম্বোৰ...

APDCLৰ চিজিএম দীপক কুমাৰ দাসক নিলম্বন

অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল) (Com & EE)ৰ মুখ্য মহাপ্ৰৱন্ধক দীপক কুমাৰ দাসক তেওঁৰ ঘোৰ অসদাচৰণ আৰু কৰ্তব্যত অৱহেলা কৰাৰ বাবে কাৰ্যালয়ৰ পৰা...

APDCL ব্যক্তিগতকৰণ হোৱাৰ কথা নাহেঃ মন্ত্ৰী বিমল বৰা

গুৱাহাটী, ১১ জুন, NKTV: বিধায়ক আৱাসত আজি মন্ত্ৰী বিমল বৰাই সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে শক্তি মন্ত্ৰী বিমল বৰাই। সংবাদমেলত APDCL...

Breaking

ছলমান খানৰ জীৱন দাম নিৰ্ধাৰণ কৰিলে গেংষ্টাৰ বিষ্ণয়ে

'যদি জীয়াই থাকিব খুজিছা ৫ কোটি দিয়া, নহ’লে বাবা...

পুত্ৰক উদ্ধাৰৰ বাবে যোৱা পিতৃও উটি গ’ল নৈৰ সোঁতত

কাৰ লগত কেতিয়া কি হৈ যায়, কাৰ জীৱনে কেতিয়া...

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া। EDৰ কাৰ্যালয়ত...
spot_imgspot_img