শ্ৰীলংকাৰ বিৰুদ্ধে আগন্তুক শৃংখলাৰ বাবে দল ঘোষণা BCCIৰ

শ্ৰীলংকাৰ বিৰুদ্ধে জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) শুকুৰবাৰে দল ঘোষণা কৰে। চলিত ক’ভিড-১৯ পৰিস্থিতিৰ বাবে সকলোবোৰ মেচ কলম্বোৰ আৰ প্ৰেমদাচা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত খেলোৱা হ’ব।

বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু অন্যান্য জ্যেষ্ঠ খেলুৱৈসকলৰ অনুপস্থিতিত তৰুণ যুৱনায়ক শিখৰ ধাৱানে দলটোক নেতৃত্ব দিব।

ভাৰতৰ দল: শিখৰ ধাৱান (অধিনায়ক), পৃথ্বী শ্ব, দেৱদত্ত পডিক্কাল, ৰুতুৰাজ গাইকৱাড, সূৰ্যকুমাৰ যাদৱ, মনীষ পাণ্ডে, হাৰ্দিক পাণ্ডিয়া, নীতিশ ৰাণা, ঈশান কিষাণ (উইকেট-ৰক্ষক), সঞ্জু চেমচন (উইকেট-ৰক্ষক), যুজবেন্দ্ৰ চাহল, ৰাহুল চেহেৰ, কে গৌথম, ক্ৰুণাল পাণ্ডিয়া, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, ভুৱনেশ্বৰ কুমাৰ (উপ-অধিনায়ক, দীপক চেহেৰ, নৱদ্বীপ ছেইনী, চেতন চাকৰীয়া।

নেট বলাৰ: ঈশান পোৰেল, সন্দীপ ৱাৰিয়াৰ, আৰ্শদীপ সিং, চাই কিশোৰ, চিমাৰজিৎ সিং।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...