মুখ্য বাতৰি

কেনে আছে সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰ?

একেৰাহে ১২ দিন ধৰে ICUতে চিকিত্সাধীন হৈ আছে ভাৰত ৰত্ন লতা মংগেশকাৰ। কভিডৰ লগতে নিউমনিয়াত আক্ৰান্ত হোৱাৰ পিছতে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। ৯...

শিলচৰলৈ এদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আজি শিলচৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এদিনীয়া কাৰ্যসূচীৰে বৰাক উপত্যকালৈ যাব মুখ্যমন্ত্ৰীগৰাকী। পুৱা ১০ বজাত কুম্ভীৰগ্ৰাম বিমানবন্দৰত অবতৰণ কৰিব৷ বিমানবন্দৰৰ পৰা পোনে পোনে শিলচৰ...

মৰিগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী!

মৰিগাঁওৰ ভূৰাগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শ্বহিদুল ইছলাম নামৰ সৰবৰাহকাৰীটোক। আৰক্ষীৰ অভিযানৰ সময়ত পলায়নৰ চেষ্টা চলাইছিল। পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীচালনা।...

অসম জাতীয় বিদ্যালয় কণ্টেইনমেণ্ট জ’ন!

অসম জাতীয় বিদ্যালয় কণ্টেইনমেণ্ট জ’ন ঘোষণাআজিৰ পৰা ২৬ জানুৱাৰীলৈ কণ্টেইনমেণ্ট জ’নজিলা প্ৰশাসনে জাৰি কৰিলে এই নিৰ্দেশনাবিদ্যালয়খনৰ কেইবাগৰাকীও শিক্ষক-শিক্ষাৰ্থী আক্ৰান্ত ক’ভিডত

মিছা বাতৰি প্ৰচাৰ কৰা ইউটিউব চেনেল হ’ব নিষিদ্ধ, দেশবিৰোধী চেনেলৰ বিৰুদ্ধে ব্যৱস্থা ল’ব চৰকাৰে

ভাৰত বিৰোধী সমল বিয়পোৱা আৰু ষড়যন্ত্ৰ কৰা ৱেবছাইট আৰু চেনেলসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে সদৰি কৰিছে...

Popular